Meaning : বিভিন্ন বৰণযুক্ত
Example :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
Synonyms : নানা-বৰণীয়া, ৰং-বিৰং
Meaning : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
Example :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
Synonyms : নানাৰঙী, বাৰেৰহণীয়া