Meaning : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
Example :
ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
Synonyms : কাতি হোৱা
Meaning : অলপ আঁউজি বা আহল বহলকৈ বহা
Example :
তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
Synonyms : হেলান দিয়া