Subscribe
URL of the page has been copied to clipboard.
Meaning : কপাহ, ৰেচম, ঊণ আদিৰ সূতাৰে বোৱা বস্তু
Example : তেওঁ ্কামিজটো চিলোৱাৰ কাৰণে দুই মিটাৰ টেৰিলিনৰ কাপোৰ কিনিলে
Synonyms : কাপোৰ, বসন
Meaning : পিন্ধা কাপোৰ
Example : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
Synonyms : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
Install App