Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
Example : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
Synonyms : আই, আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, শীতলা
Meaning : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
Example : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
Synonyms : আই, সৰুআই
Install App