Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঋতুত বা মাহত বৰষুণ হয়
Example : কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়
Synonyms : প্রাবৃষ, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, বৰষুণৰ বতৰ, মেঘাগম
Meaning : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
Example : তেওঁ বৰষুণত তিতিলে
Synonyms : বৃষ্টি, বৰষুণ
Install App