Meaning : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
Example :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
Synonyms : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
Meaning : ৰোধ বা ৰৈ যোৱা
Example :
পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
Synonyms : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা