Meaning : সন্তান জন্ম নহʼবৰ কাৰণে পুৰুষৰ শুক্রবাহিকা নলী কাটি দিয়া এক ধৰণৰ প্রক্রিয়া
Example :
বন্ধ্যাকৰণ পৰিয়াল পৰিকল্পনাৰ এক ধৰণৰ গুৰুত্বপূর্ণ ্উপায়
Meaning : প্রজনন শক্তিহীন কৰা ক্রিয়া
Example :
জনসংখ্যা কম কৰাৰ কাৰণে পুৰুষ-মহিলাক বন্ধ্যাকৰণৰ পৰামর্শ দিয়া হয়
Synonyms : বন্ধ্যা কৰণ