Meaning : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
Example :
Synonyms : টান কৰা
Meaning : যিকোনো বস্তুক একগোট কৰি বন্ধা
Example :
বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
Synonyms : পেক কৰা
Meaning : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
Example :
তেওঁ খৰিবোৰ বান্ধি আছে
Synonyms : গ্রন্থন কৰা, জৰী পকা
Meaning : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
Example :
ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে