Subscribe
URL of the page has been copied to clipboard.
Meaning : লিখাত ব্যৱহাৰ কৰা একপ্রকাৰ চিহ্নৰ যোৰা যাৰ ভিতৰত ব্যাখ্যা বা খবৰৰ ৰূপত কিবা লিখা হয়
Example : এই সংখ্যাটো বন্ধনীৰ ভিতৰত লিখক
Synonyms : বন্ধনী চিন, বন্ধনী চিহ্ন
Meaning : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
Example : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
Synonyms : ধৰণি, পটি, পটী, পট্টি, পট্টী, বেণ্ডেজ, বেন্দেজ
Install App