Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বন্ধ from অসমীয়া dictionary with examples, synonyms and antonyms.

বন্ধ   বিশেষ্য

Meaning : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

Example : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

Synonyms : হৰতাল

বন্ধ   বিশেষণ

Meaning : আৱদ্ধ হৈ থকা

Example : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

Synonyms : আৱদ্ধ

Meaning : যিটো প্রবাহিত নহয়

Example : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

Synonyms : অপ্রবাহিত, অপ্রৱাহিত

Meaning : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

Example : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

Meaning : ৰৈ থকা

Example : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

Synonyms : গতিহীন

Meaning : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

Example : সৌ বন্ধ নলাটো চাফা কৰি আছে

Synonyms : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ