Subscribe
URL of the page has been copied to clipboard.
Meaning : অপৰাধী, শত্রু আদি ধৰা কার্য
Example : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
Synonyms : কয়দ
Meaning : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
Example : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
Meaning : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
Example : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
Synonyms : কাৰাবাস, কয়েদ
Meaning : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
Example : এজন কয়দী জেলৰ পৰা পলাল
Synonyms : কাৰাবাসী, কয়দী
Install App