Subscribe
URL of the page has been copied to clipboard.
Meaning : এক শ্রেণীৰ উদ্ভিদ, যি কাঠহীন
Example : দূবৰি, ্ ঘাঁহ আদি বন
Synonyms : গুল্ম, গুল্ম উদ্ভিদ
Meaning : তৃণভোজী জন্তুৱে খোৱা মাটিত গজা চাপৰ উদ্ভিদ
Example : গৰুজনীয়ে ঘাঁহনিত ্ ঘাঁহ খাই আছে
Synonyms : ঘাঁহ, তৃণ
Meaning : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
Example : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
Synonyms : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
Meaning : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
Example : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
Synonyms : অৰণ্য, জংঘল
Install App