Meaning : এঠাইৰ পৰা আহি অন্য কোনো ঠাইত নিযুক্ত হোৱা কার্য
Example :
যোৱা মাহৰ পৰাহে মোৰ কার্যালয় বদলি হʼল
Synonyms : স্থানান্তৰিত হোৱা
Meaning : এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ অনা কার্য
Example :
এই ঘটনাটোৰ পিছৰ পৰা তেওঁৰ জীৱনলৈ বহুত পৰি্ৱর্তন আহিল
Synonyms : পৰি্ৱর্তন ্অহা