Subscribe
URL of the page has been copied to clipboard.
Meaning : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য
Example : এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে
Synonyms : স্থানান্তৰ, স্থানান্তৰণ
Meaning : এটা ৰূপৰ পৰা আন এটা ৰূপলৈ অনা বা নিয়া কার্য
Example : ঘৰটোৰ পৰি্ৱর্তন ্কৰা হৈছে
Synonyms : পৰি্ৱর্তন, ৰূপান্তৰণ
Meaning : সলনি হোৱা কার্য ্বা ভাব
Example : পৰি্ৱর্তন ্সংসাৰৰ নিয়ম
Synonyms : পৰি্ৱর্তন, লৰ, সলনি
Install App