Meaning : সময়ে সময়ে পৰিৱ্্র্তন হৈ ্ থকা কোনো ঠাইৰ জলবায়ুৰ সেই বিশেষ অৱস্থা যʼত বৰষুণ, বায়ুৰ আর্দ্র্্তা তথা প্রবাহ আদিৰ বিচাৰ কৰা হয়
Example :
আজিৰ বতৰ বৰ ভাল
Meaning : প্রাপ্তি আদিৰ উপযুক্ত সময় (বিশেষভাৱে গছ-গছনিৰ ফলমূল আদিৰ বিচাৰেৰে )
Example :
এতিয়া আমৰ বতৰ আহি আছে