Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বঢ়িয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

বঢ়িয়া   ক্ৰিয়া বিশেষণ

Meaning : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

Example : আজি শচীনে ভাল খেলিলে

Synonyms : ভাল, ভালদৰে

বঢ়িয়া   বিশেষণ

Meaning : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

Example : মোৰ ভাল , আপোনাৰ ভালনে ?

Synonyms : ভাল

Meaning : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

Example : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

Synonyms : ভাল

Meaning : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

Example : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

Synonyms : ভাল