Meaning : লʼৰা-ছোৱালীৰ দ্বাৰা কট্টীক বাতিল কৰি পুনৰ মিত্ৰতাৰ সম্বম্ধ স্থাপন কৰা কাৰ্য যʼত তেওঁলোকে হাতৰ কিছুমান আঙুলি পৰস্পৰে স্পৰ্শ কৰা কাৰ্য
Example :
লʼৰা-ছোৱালীয়ে কথাই কথাই কট্টী কৰি পিছত বট্টী কৰি লয়
Synonyms : বাট্টী
Meaning : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা
Example :
চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে
Synonyms : পট্টী