Meaning : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
Example :
চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
Synonyms : ৰক্ষা কৰা
Meaning : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
Example :
তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
Meaning : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
Example :
আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
Meaning : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
Example :
মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে