Meaning : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
Example :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
Synonyms : ৰোৱা
Meaning : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
Example :
কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
Synonyms : পচন্দ কৰা
Meaning : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
Example :
মায়ে চাউল বাচি আছে