Subscribe
URL of the page has been copied to clipboard.
Meaning : ফিটা, পেটী আদি বান্ধি ৰখা যতন বা লোহা, পিতল আদিৰে বনোৱা আঁকুহা ফিটা যাৰ দুই মূৰ লগ-লগাই কোনো বস্তু বন্ধা হয়
Example : বেগত বস্তু বেছি হোৱাৰ কাৰণে বকলেছডাল মাৰিব পৰা নাই
Synonyms : বকলেচ
Install App