Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
Example : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
Synonyms : ইনাম, পাৰিতোষিক, পুৰস্কাৰ
Meaning : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ
Example : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে
Synonyms : গ্রেচুইটি, পাৰিতোষিক
Install App