Meaning : কোনো কাম, ব্যৱস্থা আদিৰ সম্পর্কে ্ৰাজ্যৰ দ্বাৰা দিয়া বা উলিওৱা আধিকাৰিক আদেশ
Example :
আয়কৰ বিভাগে একত্রিশ মার্চলৈকে কৰ জমা দিয়াৰ অধ্যাদেশ জাৰি কৰিছে
Synonyms : অধ্যাদেশ
Meaning : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়
Example :
আদালতৰ পৰা পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত
Synonyms : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, হুকুমনামা