Meaning : এটা দলত এঘাৰজনকৈ খেলুৱৈ থাকি দুটা দলৰ মাজত হোৱা একধৰণৰ বলখেলা
Example :
আজি ফুটবল মেচ আছে
Meaning : খেলপথাৰত ভৰিৰে খেলিব পৰা একধৰণৰ ডাঙৰ বল
Example :
ফুটবলত বতাহ কম হৈ আছে কাৰণে বেছি দূৰলৈ বলটো নগʼল