Subscribe
URL of the page has been copied to clipboard.
Meaning : এৰি চলিবৰ কাৰণে অজুহাত দেখুওৱা বা ইটো-সিটো কথা কৈ কাৰোবাক আঁতৰোৱা
Example : তেওঁ ্ মোৰ টকাখিনি পৰিশোধ নকৰি ফাকি-ফুকা কৰি আছে
Synonyms : এৰাই ফুৰা, পুলুকা মৰা, ফাকি-ফুকা, বাগি দিয়া
Meaning : যি সত্যৰ ওপৰত আধাৰিত নহয়
Example : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
Synonyms : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, মিছা, মিথ্যা
Install App