Subscribe
URL of the page has been copied to clipboard.
Meaning : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
Example : নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
Meaning : যʼত ফল লাগি আছে
Example : খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
Meaning : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
Example : ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
Synonyms : ফলদায়ী
Install App