Subscribe
URL of the page has been copied to clipboard.
Meaning : পৰীক্ষার্থীয়ে পৰীক্ষাত উত্তী্র্ণ ্বা অনুত্তী্র্ণ ্হোৱা বিষয়ে জানিব পৰা পৰিণতি
Example : এই বছৰ পৰীক্ষাৰ ফলাফল বহুত ভাল হৈছে
Synonyms : পৰীক্ষাৰ ফলাফল, ৰিজাল্ট
Meaning : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
Example : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
Synonyms : প্রতিফল, পৰিণতি, পৰিণাম, ফল, ফলশ্রুতি, সুফল
Install App