Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ফলঙা from অসমীয়া dictionary with examples, synonyms and antonyms.

ফলঙা   বিশেষণ

Meaning : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

Example :

Synonyms : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, মুকলি, মুকলি-হাকলি

Meaning : ঢাকি নৰখা বা আৱৰি নৰখা

Example : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

Synonyms : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, মুকলি, মুকলি-হাকলি