Subscribe
URL of the page has been copied to clipboard.
Meaning : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
Example : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
Synonyms : ফলমূল
Meaning : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
Example : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
Synonyms : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল
Meaning : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
Example : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
Synonyms : প্ৰতিফল
Install App