Meaning : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
Example :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
Synonyms : প্রপত্র
Meaning : ভাল কৰিব পৰা যোগ্যতা
Example :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
Meaning : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
Example :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
Synonyms : প্রকাৰ