Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ চক্রান্তত পৰা কার্য
Example : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
Synonyms : পাল্লা, ফান্দ
Meaning : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
Example : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
Synonyms : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, মতলব
Install App