Subscribe
URL of the page has been copied to clipboard.
Meaning : ফটোকেমেৰাৰ পৰা ওলোৱা চিত্র
Example : এই আবেদন পত্রখনত নিজৰ এখন পাছপʼর্ট আকাৰৰ ফটো লগাই দিয়ক
Synonyms : ছাঁয়াচিত্র, ্ছাঁয়া চিত্র
Meaning : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
Example : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
Synonyms : চিত্র, ছবি
Install App