Subscribe
URL of the page has been copied to clipboard.
Meaning : এক প্রকাৰৰ আতচবাজী যাক জ্বলোৱাৰ লগে-লগে ফট বা ফটক শ্্ব্দ কৰে
Example : উৎসৱত ফটকা ফুটোৱা হয়
Meaning : বাৰুদ, গন্ধক, খাৰ আদিৰ সংযোগত বনোৱা চকৰি, ফুলজাৰি, কলগছ, ফটকা আদি যিবোৰ জ্বলিলে ৰংবিৰঙৰ ফিৰিঙতি ওলাই আৰু শ্্ব্দ হয়
Example : আমি দীপাৱলীৰ দিনা আতচবাজীৰে খেলোঁ
Synonyms : আতচ-বাজী, আতচবাজী
Install App