Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ফচোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

ফচোৱা   ক্ৰিয়া

Meaning : কাৰোবাক বন্ধন বা ফান্দত এনেদৰে পেলোৱা যাৰ কাৰণে তেওঁৰ ্ওলাব নোৱাৰা অৱস্থা হয়

Example : চিকাৰীয়ে চৰাইবোৰ জালত ফচালে

Synonyms : ফান্দত পেলোৱা

Meaning : ফান্দ বা জালত পেলাই দিয়া এক অৱস্থা

Example : চিকাৰীয়ে জালত চৰাই ফচালে

Synonyms : ফান্দত পেলোৱা