Meaning : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
Example :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
Synonyms : বিলোৱা
Meaning : আহাৰ সন্মুখত ৰখা
Example :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
Synonyms : সজোৱা