Subscribe
URL of the page has been copied to clipboard.
Meaning : কাম কৰোতে কৰোতে দেহ-মনলৈ শিথিলতা অহা অৱস্থা
Example : পৰিশ্রমৰ ফল মিঠা
Synonyms : আয়াস, খাটনি, মেহনত, শ্রম
Meaning : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
Example : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
Synonyms : অধ্যৱসায়
Install App