Meaning : কোনো কিতাপৰ অতিৰিক্তি অংশ বিশেষ যʼত কিছমান এনেকুৱা কথা দিয়া থাকে যাৰ কাৰণে কিতাপখনৰ গুৰুত্ব আৰু বাঢ়ে
Example :
কিতাপখনৰ পৰিশিষ্ট পঢ়িয়েই জগতে কিতাপখন কিনি লʼলে
Meaning : কোনো গ্রন্থ, লেখা আদিৰ সেই অন্তিম অংশ যʼত দৰকাৰী বা ব্যৱহাৰিক কথা সন্নিৱিষ্ট কৰা হয় যিবোৰ পূর্বে উল্লেখ কৰা নাথাকে
Example :
শিক্ষকৰ মনোযোগ হঠাৎ পৰিশিষ্টৰ পিনে পৰিল
Meaning : থাকি যোৱা বা ৰাহি হোৱা
Example :
আপুনি এই পৰিশিষ্ট পৃষ্ঠা কেইটাও ছপাই দিয়ক