Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
Example : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
Synonyms : পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, শিষ্ট, সভ্য, ৰুচিবান
Meaning : যাক পৰিশোধন কৰা হৈছে
Example : সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
Synonyms : সংস্কৃত
Install App