Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
Example : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
Synonyms : আবহাওৱা, প্রতিবেশ, পৰিস্থিতি, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ
Meaning : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
Example : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
Synonyms : পৰিধি, বৃত্ত পৰিধি, বৃত্ত সীমা
Install App