Subscribe
URL of the page has been copied to clipboard.
Meaning : জিকিব নোৱাৰা অৱস্থা
Example : এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
Synonyms : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, বশ্যতাস্বীকাৰ, হাৰ, হাৰণ, হৰা-
Meaning : যি হাৰি গৈছে
Example : পৰাজিত ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত শিৰ নত কৰা নাছিল
Synonyms : নির্জিত, পৰাজিত, পৰাভূত, পৰাহত
Install App