Meaning : কোনো কথাৰ প্রতি কাৰোবাৰ মনোযোগ আকর্ষিত কৰা কার্য
Example :
ৰজতে শ্বেয়াৰ বজাৰত টকা বিনিয়োগৰ পৰামর্শ দিলে
Meaning : কাৰোবাক কি কৰা উচিত বা কি হʼব লাগে সেই বিষয়ে কোৱা কার্য
Example :
শিক্ষাগুৰুৱে লʼৰা-ছোৱালীক এই কামটোৰ বিষয়ে পৰামর্শ দি আছিল
Synonyms : উপদেশ দিয়া