Meaning : দুখ, কষ্ট আদি ওলাই অহা
Example :
তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল
Meaning : বেমাৰ হৈ বিছনাত পৰি থকা
Example :
ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে
Meaning : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা
Example :
ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে
Meaning : উৎপন্ন হোৱা
Example :
আজি গাখীৰৰ ওপৰত মলাই পৰিল
Meaning : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা
Example :
এই গাড়ীখনত কিমান দাম পৰিল
Meaning : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???
Example :
তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল
Synonyms : (বাগৰি পৰা, লুটি খাই পৰা)
Meaning : প্রবিষ্ট হোৱা
Example :
ঘিউখিনিত চৰাইটো পৰিল
Meaning : মাজত আহি যোৱা কার্য
Example :
এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা
Meaning : অভ্যাসত পৰিণত হোৱা এক অৱস্থা
Example :
তেওঁৰ মদ ্খোৱাৰ গতত পৰিল
Meaning : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা
Example :
গছৰ তলত বহুত গুটি পৰি আছে
Meaning : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা
Example :
তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে
Synonyms : পৰি থকা