Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰম্পৰাবাদ from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰম্পৰাবাদ   বিশেষ্য

Meaning : বহুদিনৰ পৰা চলি অহা ৰীতি-নীতি মানি চলা কোনো বাদ বা সিদ্ধান্ত

Example : কেতিয়াবা কেতিয়াবা পৰম্পৰাবাদ উন্নতিৰ প্রধান অন্তৰায় হৈ পৰে

Meaning : আধুনিক বিচাৰবোধৰ তুলনাত ৰীতি-নীতি আৰু পৰম্পৰাক সমাজৰ বাবে অধিক হিতকৰ বুলি গণ্য কৰা এক মতবাদ

Example : আমাৰ ঘৰৰ সকলোৱে পৰম্পৰাবাদক মানি চলি আহিছে