Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰমায়ু from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰমায়ু   বিশেষ্য

Meaning : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল

Example : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে

Synonyms : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, আয়ুস, জীৱদ্দশা, জীৱনকাল, বয়স