Subscribe
URL of the page has been copied to clipboard.
Meaning : আত্মীয়স্বজনৰ বাহিৰে আনৰ কাৰণে কৰা ভাল কাম বা আনক কৰা উপকাৰ
Example : পৰোপকাৰৰ সমান কোনো ধর্ম ্নাই
Synonyms : পৰহিত, পৰোপকাৰ
Meaning : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
Example : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
Synonyms : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰিনি্র্বাণ, মহানি্র্বাণ, মুক্তি, মোক্ষ, মোক্ষপদ
Install App