Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰজীৱী from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰজীৱী   বিশেষণ

Meaning : অন্য কোনো জীৱৰ সহায়ত জীয়াই থকা বা আশ্রয় লৈ থকা জীৱৰ পৰাই নিজৰ আহাৰ গ্রহণ কৰা জীৱ বিশেষ

Example : ৰঘূমলা এবিধ পৰজীৱী উদ্ভিদ

Meaning : আনৰ আশ্ৰয়ৰ ওপৰত অৱস্থিত

Example : পৰজীৱী লতাডালত নানা ৰঙৰ ফুল ফুলিছে