Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
Example : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
Synonyms : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু
Meaning : আৱশ্যক হোৱা অৱস্থা বা ভাব
Example : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই
Synonyms : আৱশ্যকতা, দৰকাৰ
Meaning : যিহৰ প্রয়োজনীয়তা আছে
Example : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে
Synonyms : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী
Install App