Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
Example : প্রেম নিস্বার্থ ্ হʼব লাগে
Synonyms : অনুৰাগ, আসক্তি, পীৰিতি, প্রেম, ভালপোৱা, মহব্বত
Meaning : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
Example : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
Synonyms : অনুৰাগ, প্রণয়, প্রেম, ভালপোৱা
Install App