Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন পুৰুষে প্রেম কৰে
Example : মীতাই প্রেমিকৰ লগত পলাই গʼল
Synonyms : দয়িত, প্রণয়াস্পদ, প্রেমপাত্র, প্রেমাস্পদ, প্রেমিক, প্রেমী, প্রেয়
Meaning : ৰুচিৰ অনুকূল বা ভাল লগা
Example : এইয়া মোৰ পচন্দৰ খাদ্য
Synonyms : পচন্দৰ, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত, ৰুচিকৰ
Meaning : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
Example : এইখন মোৰ অতি প্রিয় গ্রন্থ
Synonyms : অভিৰুচি, পছন্দ, ভাল লগা, ৰুচি
Install App