Meaning : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য
Example :
মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক
Synonyms : আবেদন, আৱেদন, নিবেদন, নিৱেদন, বিনীত অনুৰোধ
Meaning : কিবা পাবৰ কাৰণে প্রার্থ্্না কৰা কার্য ্বা ভাব
Example :
ৰামৰ মালিকৰ পৰা টকাৰ কাৰণে কৰা প্রার্থ্্না অথলে গʼল