Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো সময় বা ঘটনা আদিৰ আৰম্ভণিৰ সময়
Example : তেওঁ অনুষ্ঠানটোৰ প্রাৰম্ভিক প্রস্তুতিৰ কামত লাগি আছে
Synonyms : আৰম্ভিক, প্রাৰম্ভিক
Meaning : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
Example : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
Synonyms : প্রধান, মুখ্য
Install App